पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰীক্ষণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰীক্ষণ   বিশেষ্য

अर्थ : কোনো বস্তু বা ব্যক্তিৰ দ্বাৰা ভালদৰে কাম কৰিব পৰা যাব নে নাযায় সেই সম্পর্কে বিচাৰ কৰি চোৱা কার্য

उदाहरण : নতুন গাড়ীখনৰ পৰীক্ষণ চলি আছে

अर्थ : পৰীক্ষা কৰা বা বিচাৰ কৰা কাম

उदाहरण : এজন জ্যোতিষীয়ে মোৰ জন্ম-কুণ্ডলীৰ পৰীক্ষণ কৰিলে

अर्थ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

उदाहरण : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

पर्यायवाची : নিৰূপণ, পৰখ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা

चौपाल