अर्थ : কাৰোবাৰ যোগ্যতা বা জ্ঞান পৰীক্ষা কৰিবৰ কাৰণে তেওঁক প্রশ্ন ্ সোধা কার্য, ্ যাৰ ভিত্তিত ্ তেওঁক উত্তী্র্ণ ্ বা অনুত্তী্র্ণ ্ কৰা হয়
उदाहरण :
ৰামে মেট্রিক পৰীক্ষা পাছ কৰিবৰ কাৰণে বহুত কষ্ট কৰিছে
अर्थ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ
उदाहरण :
ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল
पर्यायवाची : বিচাৰ
अर्थ : শৰীৰত কোনো ৰোগ আছে নে নাই বা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা-চিতা কৰা ক্রিয়া
उदाहरण :
এই ৰোগীজনৰ পৰীক্ষা এজন বহুত ডাঙৰ ডাক্তৰৰ দ্বাৰা কৰিবলগীয়া আছে
अर्थ : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে শৰীৰৰ অংগ-প্রত্যঙ্গৰ পৰীক্ষা কৰা কার্য
उदाहरण :
মই নিজৰ তেজ পৰীক্ষা কৰিবলগীয়া আছে
अर्थ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে
उदाहरण :
গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে
पर्यायवाची : নিৰূপণ, পৰখ, পৰীক্ষণ, পৰীক্ষা-নিৰীক্ষা