पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰীক্ষা কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰীক্ষা কৰা   ক্ৰিয়া

अर्थ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

उदाहरण : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

पर्यायवाची : প্রমাণ কৰা, পৰীক্ষণ কৰা

अर्थ : শৰীৰত কোনো ৰোগ আছে নে নাই অথবা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা কার্য

उदाहरण : চিকিৎসকে শুই থকা ৰোগীজনক পৰীক্ষা কৰিছে

अर्थ : পৰীক্ষণৰ কাম কৰা কার্য

उदाहरण : পোন্ধৰখন বহীৰ পৰীক্ষা কৰা হʼল

पर्यायवाची : নিৰীক্ষণ কৰা

अर्थ : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে কোনো শাৰীৰিক পদার্থক কোনো যন্ত্র, ৰাসায়নিক প্রক্রিয়া আদিৰ সহায়ত চোৱা-চিতা কৰা কার্য

उदाहरण : চিকিৎসকে গৱেষণাগাৰত তেজৰ পৰীক্ষা কৰিছে

अर्थ : কোনো কামৰ বাবে ব্যক্তি বা বস্তু আদি যোগ্য হয় নে নহয় বিচাৰ কৰি চোৱা:তেওঁ ্ মোৰ কামৰ বাবে উপযুক্ত হয় নে নহয় এই সৰু কামটোৰ দ্বাৰা মই পৰীক্ষা কৰিছো

उदाहरण :

पर्यायवाची : পৰখ কৰা

चौपाल