सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ চক্রান্তত পৰা কার্য
उदाहरण : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
पर्यायवाची : পাল্লা, ফান্দ
अर्थ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
उदाहरण : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
पर्यायवाची : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, মতলব
इंस्टॉल करें