अर्थ : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ
उदाहरण :
নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে
अर्थ : যʼত ফল লাগি আছে
उदाहरण :
খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে
अर्थ : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
उदाहरण :
ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে
पर्यायवाची : ফলদায়ী