सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো সত্য নহয়
उदाहरण : মিছা কথা কোৱা পাপ
पर्यायवाची : অনৃত, অপ্রকৃত, অসত্য, ফাঁকি, ফাকতি, মিছা, মিথ্যা
अर्थ : এৰি চলিবৰ কাৰণে অজুহাত দেখুওৱা বা ইটো-সিটো কথা কৈ কাৰোবাক আঁতৰোৱা
उदाहरण : তেওঁ ্ মোৰ টকাখিনি পৰিশোধ নকৰি ফাকি-ফুকা কৰি আছে
पर्यायवाची : এৰাই ফুৰা, পুলুকা মৰা, ফাকি, বাগি দিয়া
इंस्टॉल करें