सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ফাগুনৰ পূর্ণিমাত পালন কৰা হিন্দুসকলৰ এক উৎসৱ যʼত অগ্নি পূজা কৰে আৰু দ্বিতীয় দিনা ৰং, আবিৰ আদি চটিয়াই
उदाहरण : ভাৰতত ফাকুৱা উলহ মালহেৰে পালন কৰে
पर्यायवाची : ফল্গুৎসৱ, হোলি
अर्थ : অনেক ৰং থকা
उदाहरण : দৌল এক বাৰেৰহনীয়া উৎসৱ
पर्यायवाची : দৌল, দৌল উৎসৱ, দৌলোৎসৱ, ফল্গুৎসৱ
इंस्टॉल करें