अर्थ : ফিলিপাইছৰ অধিবাসী
उदाहरण :
এই মহাবিদ্যালয়খনত কেইজনমান ফিলিপিনোই পঢ়ে
पर्यायवाची : ফিলিপাইন বাসী, ফিলিপাইন-বাসী, ফিলিপাইনবাসী
अर्थ : ফিলিপাইনছৰ ভাষা
उदाहरण :
ইয়াত বিনামূলীয়াকৈ ফিলিপিনো শিকোৱা হয়
अर्थ : ফিলিপাইনছ বা ফিলিপাইনছৰ সৈতে সম্বন্ধ থকা
उदाहरण :
আমেৰিকাই ফিলিপিনো যুদ্ধৰ বন্দীসকলক মুক্তি দিলে
पर्यायवाची : ফিলিপিনি