पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ফুটনি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ফুটনি   বিশেষ্য

अर्थ : বহুত বঢ়াই বঢ়াই কথা কোৱা কার্য

उदाहरण : তেওঁ সকলো সময়তে ফুটনি মাৰি থাকে তেওঁ বহুত ্আস্ফালন কৰি দেখুৱায়

पर्यायवाची : আস্ফালন, ওফাইডাং, বৰ কথা

अर्थ : ওকণীৰ কণী

उदाहरण : তাইৰ চুলিত লেখি ওকণী হৈছে

पर्यायवाची : লিখা, লেখি

अर्थ : নিজকে আনতকৈ বহুত বেছি যোগ্য, সমর্থ ্ বা জনা বুলি দেখুওৱা ভাব:অহংকাৰে মানুহৰ পতন আনে

उदाहरण :

पर्यायवाची : অতিমান, অতি্দর্প, অস্মিতা, অহংকাৰ, অহংভাব, অহমিকা, আত্মম্ভ, আত্মম্ভৰিতা, আস্পর্দ্ধা, ওফাইদাং, ওৱাইদং, ঔদ্ধত্য, কেৰামত, কেৰামতালি, গণ্ডপ, গপ, গপ-ভেম, গপাগপি, গর্ব্ব, গর্ব্বভ্াব, গহ, গোমঠালি, গোলাপ, টকচালি, টিংখোপ, ডাঙ্কোপ, তমতমি, তায়া, দম্ভ, দর্প, দাম্ভিকতা, ধৃষ্টতা, পায়তাৰা, ফাতিহা, ফিতাহি, ফোপ-যহ, ফৰমাহি, বেয়াদপি, বৰকথা, বৰমতা, বৰমতালি, বৰাই, ভেম, ভৰক, ভৰকনি, মইমতালি, মতগর্ব, মতমতনি, মহত, মহতালি, হুমঠালি, ্ দম্ভালি, ্ ফর্মাহি

चौपाल