अर्थ : কলি ফুললৈ সলনি হোৱা ৰূপ
उदाहरण :
সূর্যৰ ্ পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল
पर्यायवाची : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া
अर्थ : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা
उदाहरण :
আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল
अर्थ : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা
उदाहरण :
এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল