अर्थ : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
उदाहरण :
বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
पर्यायवाची : ফুলাই তোলা
अर्थ : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
उदाहरण :
কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
पर्यायवाची : পৰিস্ফূট কৰা
अर्थ : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
उदाहरण :
লʼৰাটোৱে বেলুন ফুলায় আছে