अर्थ : ফুলেৰে গঁ্ঠা বা তৈয়াৰী মালা
उदाहरण :
দৰা-কইনাই ইজনে সিজনক পুষ্পমালা অর্পণ কৰিলে
पर्यायवाची : পুষ্প মালা, পুষ্পমালা, পুষ্পহাৰ
अर्थ : অলংকাৰ হিচাপে ব্যৱহাৰ কৰা ঘনকৈ গঁথ্া ফুল
उदाहरण :
মহিলাসকলে চুলিত ফুলৰ মালা লগাইছে
पर्यायवाची : মালা???