अर्थ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
उदाहरण :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
पर्यायवाची : অভিযোগকাৰী, গুচৰীয়া
अर्थ : অভিযোগ লগোৱা কার্য
उदाहरण :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
पर्यायवाची : গুচৰীয়া
अर्थ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে
उदाहरण :
দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে
पर्यायवाची : গুচৰীয়া
अर्थ : প্রার্থ্্না বা আবেদন কৰোঁতা
उदाहरण :
আজি প্রার্থী ্কর্ম্্চাৰীসকলৰ আবেদন-পত্রৰ বিচাৰ কৰা হʼব
पर्यायवाची : নিবেদক, প্রার্থী, প্রার্থ্্না কর্তা