सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজন ব্যক্তিৰ বৰণ বগা
उदाहरण : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
अर्थ : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???
उदाहरण : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া
पर्यायवाची : শুকুলা, শুক্ল, শ্বেত
अर्थ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
उदाहरण : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
पर्यायवाची : চূণ, চূণ-শিল
अर्थ : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
उदाहरण : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
पर्यायवाची : চাদা
अर्थ : চফা ৰঙৰ বা শ্বেত বর্ণৰ
उदाहरण : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে
पर्यायवाची : শ্বেত, শ্বেতাংগ
इंस्टॉल करें