पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বচন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বচন   বিশেষ্য

अर्थ : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা

उदाहरण :

पर्यायवाची : কথোপকথন, ডায়লগ, সংলাপ

अर्थ : কোৱা কথা

उदाहरण : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

पर्यायवाची : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

अर्थ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

उदाहरण : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

पर्यायवाची : কথা, জবান

अर्थ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

उदाहरण : আনৰ ভাল লগা কথাহে কোৱা উচিত

पर्यायवाची : কথা, বাণী

अर्थ : কিবা কোৱা কার্য

उदाहरण : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

पर्यायवाची : কথন, কথা, বাক, বাচ্য

चौपाल