पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বচা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বচা   বিশেষ্য

अर्थ : বাচনি কৰা কার্য

उदाहरण : তেওঁ পুথি্ভঁ্ৰালৰ পৰা ভাল কিতাপ বাচি আছে

বচা   ক্ৰিয়া

अर्थ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

उदाहरण : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

पर्यायवाची : ৰোৱা

अर्थ : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা

उदाहरण : কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো

पर्यायवाची : পচন্দ কৰা

अर्थ : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য

उदाहरण : মায়ে চাউল বাচি আছে

चौपाल