अर्थ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
उदाहरण :
লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
पर्यायवाची : হাট
अर्थ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
उदाहरण :
ইয়াত প্রতি শনিবাৰে বজাৰ বহে
पर्यायवाची : হাট