अर्थ : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য
उदाहरण :
তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে
पर्यायवाची : আহাৰ যোগান
अर्थ : থালী বা পাতত আহাৰ দিয়া কার্য
उदाहरण :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
पर्यायवाची : পৰিৱেশন কৰা, বিলোৱা
अर्थ : বর্ধন ্ কার্য
उदाहरण :
বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে
पर्यायवाची : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা
अर्थ : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা
उदाहरण :
উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে