अर्थ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
उदाहरण :
মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
पर्यायवाची : ভাল
अर्थ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
उदाहरण :
এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
पर्यायवाची : ভাল