अर्थ : সেই দ্বিপদী বিকশিত ্পশুবর্গ ্যʼৰ পৰা আধুনিক মানুহৰ জন্ম হৈছে
उदाहरण :
নৃতত্ত্ববিদে বনমানুহৰ বিষয়ে গৱেষণা চলাই আছে নৃতত্ত্ববিদে অসমৰ শদিয়াত বনমানুহৰ অনুসন্ধান চলাই আছে
अर्थ : মানুহৰ আকাৰৰ সৈতে মিল থকা নেজহীন এক প্রকাৰ ডাঙৰ বান্দৰ
उदाहरण :
লʼৰা-ছোৱালীবোৰে চিৰিয়াখানাত বনমানুহক বাদাম খুৱাই আছে
पर्यायवाची : বন-মানুহ