पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বনোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বনোৱা   বিশেষ্য

अर्थ : বনোৱাৰ কাম

उदाहरण : চাইকেলখন বনোৱাত এঘণ্টা সময় লʼলে

বনোৱা   ক্ৰিয়া

अर्थ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

उदाहरण : আমি দুগোল দিলোঁ

पर्यायवाची : কৰা, দিয়া

अर्थ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

उदाहरण : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

पर्यायवाची : নিযুক্ত কৰা

अर्थ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

उदाहरण : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

पर्यायवाची : উঠোৱা, গঁথ্া, সজা, সাজি থকা

अर्थ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

उदाहरण : কুমাৰে কলহ নি্র্মাণ কৰে

पर्यायवाची : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা

अर्थ : ঘৰ বা দেৱাল আদি বনোৱা

उदाहरण : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

पर्यायवाची : উঠোৱা, সজা

अर्थ : কোনো ৰূপলৈ অনা

उदाहरण : তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে

अर्थ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

उदाहरण : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

पर्यायवाची : কৰা, সজোৱা

चौपाल