पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বন্ধ কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বন্ধ কৰা   ক্ৰিয়া

अर्थ : প্রথা বন্ধ কৰা কার্য

उदाहरण : আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে

पर्यायवाची : উঠাই দিয়া, নিষিদ্ধ কৰা

अर्थ : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা

उदाहरण : তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে

अर्थ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি

उदाहरण : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়

पर्यायवाची : জপোৱা

अर्थ : দুৱাৰ আদি বন্ধ কৰা কার্য

उदाहरण : তেওঁ ভিতৰলৈ গৈ দুৱাৰখন জপাই দিলে

पर्यायवाची : জপাই দিয়া

अर्थ : বাধা প্রদান কৰা

उदाहरण : ডকাইতবোৰে পথ অৱৰোধ কৰিলে

पर्यायवाची : অৱৰোধ কৰা

अर्थ : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা

उदाहरण : ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল

पर्यायवाची : ৰুধা

अर्थ : ভাট্টা আদি নিদিয়া

उदाहरण : চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে

चौपाल