पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বন্ধনী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বন্ধনী   বিশেষ্য

अर्थ : লিখাত ব্যৱহাৰ কৰা একপ্রকাৰ চিহ্নৰ যোৰা যাৰ ভিতৰত ব্যাখ্যা বা খবৰৰ ৰূপত কিবা লিখা হয়

उदाहरण : এই সংখ্যাটো বন্ধনীৰ ভিতৰত লিখক

पर्यायवाची : বন্ধনী চিন, বন্ধনী চিহ্ন

अर्थ : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ

उदाहरण : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে

पर्यायवाची : ধৰণি, পটি, পটী, পট্টি, পট্টী, বেণ্ডেজ, বেন্দেজ

चौपाल