सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি পুৰুষ কোনো মহিলাৰ বন্ধু
उदाहरण : মোৰ পুৰুষ মিত্রসমূহৰ ভিতৰত ৰমেশ সকলোতকৈ ভাল
पर्यायवाची : পুৰুষ বন্ধু, পুৰুষ মিত্র
अर्थ : যিজনে সকলো কাম আৰু কথাতে ভালচিন্তা আৰু সহায়তা কৰে
उदाहरण : প্রকৃত বন্ধুৰ পৰীক্ষা বিপদৰ সময়তহে হয়
पर्यायवाची : দোস্তী, বান্ধৱ, মিতা, মিত্র, সংগী, সখা, সখী, সঙ্গী
इंस्टॉल करें