पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বর্গ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বর্গ   বিশেষ্য

अर्थ : (জীৱবিজ্ঞান) জীৱৰ বর্গীকৰণাত্মক বর্গ যʼত এক বা একাধিক ্বর্গ ্থাকে

उदाहरण : ভেকুলীৰ বৈজ্ঞানিক নাম ৰানা টিগ্রীনা যʼত ৰানা হʼল ভেকুলীৰ গণ

पर्यायवाची : গণ

अर्थ : জীৱবিজ্ঞানত জীৱিত প্রাণীক কৰা সকলোতকৈ ডাঙৰ পাঁচটা বিভাগৰ প্রত্যেকটো

उदाहरण : জীৱ-বিজ্ঞানৰ ছাত্র হোৱাৰ কাৰণে মই বর্গৰ বিষয়ে ভালদৰে জানো

अर्थ : যাৰ দীঘ, প্রস্থ আৰু চাৰিটা কোণ সমপৰিমাণৰ হয়

उदाहरण : এইটো পাঁচ ছেণ্টিমিটাৰৰ বর্গ

अर्थ : শ্্ব্দশাস্ত্রত একে স্থানৰ পৰা উচ্চাৰিত হোৱা স্পর্শ ব্যঞ্জন বর্ণৰ সমূহ

उदाहरण : হিন্দী ব্যঞ্জনবর্ণক ক-বর্গ, চ-বর্গ, ট-বর্গ আদি ্বর্গত বিভাজিত কৰা হৈছে

अर्थ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ

उदाहरण : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল

पर्यायवाची : গোট, শ্রেণী

चौपाल