सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
उदाहरण : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
पर्यायवाची : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
अर्थ : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়
उदाहरण : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে
पर्यायवाची : বংশ, বাঁস, বাঁহগছ
इंस्टॉल करें