सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পেট্রল, ডিজেল আদিৰে চলা দুচকীয়া বাহন যাৰ চকা স্কুটাৰতকৈ ডাঙৰ হয়
उदाहरण : তেওঁ বৰ ্জোৰেৰে মটৰ চাইকেল চলায়
पर्यायवाची : মটৰ চাইকেল
अर्थ : কোৱা কথা
उदाहरण : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
पर्यायवाची : উক্তি, কথন, কোৱা, জবান, বচন, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
इंस्टॉल करें