अर्थ : বহুত কথা কʼব পৰাজন
उदाहरण :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
पर्यायवाची : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
अर्थ : কথা-বতৰা পতাত চতুৰ
उदाहरण :
বাকপটু ৰমেশে নিজৰ কথাৰে সকলোকে প্রভাৱিত কৰিলে