अर्थ : বাগধাৰা সঠিক প্ৰয়োগৰ জ্ঞান অথবা ফকৰা যোজনাৰ সঠিক ৰূপত প্ৰয়োগ কৰাৰ জ্ঞান
उदाहरण :
বাগধাৰা প্ৰয়োগৰ ক্ষমতা সকলোৰে নাথাকে
पर्यायवाची : বাগধাৰা প্ৰয়োগৰ ক্ষমতা
अर्थ : কথা-বতৰা কোৱাত যিজন লোক সিদ্ধহস্ত বা চতুৰ
उदाहरण :
তেওঁ নিজৰ বাক-পটুতাৰ কাৰণে সকলোকে প্রভাৱিত কৰি লʼব পাৰে
पर्यायवाची : বাক-পটুতা