सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
उदाहरण : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
पर्यायवाची : অৱশিষ্ট, অৱশেষ
अर्थ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
उदाहरण : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
पर्यायवाची : দিবলগীয়া, দেয়
अर्थ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
उदाहरण : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
पर्यायवाची : বকেয়া
इंस्टॉल करें