सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কার্য, ব্যৱস্থা আদিৰ সঞ্চালনা কৰা কার্য
उदाहरण : ঝান্সীৰ ৰজাৰ মৃত্যুৰ পিছত ৰাণী লক্ষ্মীবাঈয়ে ৰাজ্যৰ বাঘজৰী নিজৰ হাতলৈ আনিছিল
अर्थ : ঘোৰাৰ মুখত লগোৱা এক উপকৰণ, যাৰ দুয়োফালে ৰচি বা চামৰাৰ পট্টি লগোৱা থাকে
उदाहरण : অশ্বাৰোহীজনে ঘোঁৰাৰ লেকামত ধৰি খোজ কাঢ়ি গৈ আছিল
पर्यायवाची : বল্পা, বাঘডোৰ, লাগাম, লেকাম, লেগাম
इंस्टॉल करें