अर्थ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
उदाहरण :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
पर्यायवाची : কেঁচুৱাশিশু, পেন্দুকণা, বালক
अर्थ : কম বয়সীয়া লʼৰা বা ছোৱালী
उदाहरण :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
पर्यायवाची : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী