सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
उदाहरण : সৰস্বতীৰ বাহন হংস
पर्यायवाची : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, সৰস্বতী, হংসবাহিনী, হংসাৰূহা
अर्थ : কোৱা কথা
उदाहरण : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
पर्यायवाची : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাত, বুলি, বয়ান, মুখৰ কথা
अर्थ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
उदाहरण : আনৰ ভাল লগা কথাহে কোৱা উচিত
पर्यायवाची : কথা, বচন
इंस्टॉल करें