पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বাণী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বাণী   বিশেষ্য

अर्थ : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী

उदाहरण : সৰস্বতীৰ বাহন হংস

पर्यायवाची : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, সৰস্বতী, হংসবাহিনী, হংসাৰূহা

अर्थ : কোৱা কথা

उदाहरण : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

पर्यायवाची : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাত, বুলি, বয়ান, মুখৰ কথা

अर्थ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

उदाहरण : আনৰ ভাল লগা কথাহে কোৱা উচিত

पर्यायवाची : কথা, বচন

चौपाल