सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
उदाहरण :
पर्यायवाची : খিড়িকি, খিৰিকি, গৱাক্ষ, জানলা, জানালা
अर्थ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
उदाहरण : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
पर्यायवाची : খিৰিকি, গৱাক্ষ
अर्थ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
उदाहरण : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
पर्यायवाची : খিৰিকি, খিৰিকী, গৱাক্ষ
इंस्टॉल करें