पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বাদ-বিবাদ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বাদ-বিবাদ   বিশেষ্য

अर्थ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

उदाहरण : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

पर्यायवाची : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

अर्थ : কোনো কথাত লগা বাদানুবাদ

उदाहरण : আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল

पर्यायवाची : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিতণ্ডা

अर्थ : কোনো পক্ষৰ খণ্ডন আৰু মণ্ডনত হোৱা কথা-বতৰা

उदाहरण : বেছি বাদ-বিবাদত পৰিলে হʼবলগীয়া কামটোও নহʼবগৈ

पर्यायवाची : তর্ক-বিত্্র্ক

अर्थ : শাস্ত্রীয় বিষয়ত পৰস্পৰৰ মাজত হোৱা বাদ-বিবাদ

उदाहरण : অষ্টাবক্রই ৰজা জনকৰ সভাত উপস্থিত ডাঙৰ-ডাঙৰ বিদ্বানৰ লগত বাদ-প্রতিবাদ কৰিলে

पर्यायवाची : বাত-বিতণ্ডা, বাদ-প্রতিবাদ, বাদপ্রতিবাদ

चौपाल