सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উপায়হীন হোৱা অৱস্থা
उदाहरण : কেতিয়াবা কেতিয়াবা বাধ্য হৈ মানুহে ভুল কাম কৰি পেলায়
अर्थ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
उदाहरण : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
पर्यायवाची : অধীন, পৰবশ, বশীভূত
अर्थ : যিটো ফাটি গৈছে
उदाहरण : দাৰিদ্রতাই ৰীতাক ফটা কাপোৰ পিন্ধিবলৈ বাধ্য কৰিলে
पर्यायवाची : মজবুৰ
इंस्टॉल करें