सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পানী উঠাবৰ কাৰণে ব্যৱহাৰ কৰা এক ধৰণৰ পাত্ৰ
उदाहरण : বাল্টিটোৰ ৰছি চিঙি কুঁৱাত সৰি পৰিল
अर्थ : পানী ভৰাবৰ কাৰণে ধাতু আদিৰে তৈয়াৰী একপ্রকাৰৰ চুঙাকৃতিৰ হাতনি লগোৱা পাত্র
उदाहरण : শ্যামে এবাল্টি পানীৰেই গা-ধুব পাৰে
पर्यायवाची : বাকেট, বাল্টী
इंस्टॉल करें