पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বাৰ   বিশেষ্য

अर्थ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

उदाहरण : সোমবাৰ সপ্তাহৰ প্রথম দিন

पर्यायवाची : অহ্ন, দিন, দিৱস, বাসৰ

अर्थ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

उदाहरण : এতিয়া ৰামৰ পাল

पर्यायवाची : নম্বৰ, পাল

अर्थ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

उदाहरण : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

पर्यायवाची : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ

अर्थ : মদ কিনিলৈ খোৱা ঠাই

उदाहरण : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়

पर्यायवाची : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়

अर्थ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ

उदाहरण : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে

पर्यायवाची : দফা

अर्थ : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি

उदाहरण : এই ছবিখনৰ ফ্রেম লগাই দিয়ক

पर्यायवाची : ফ্রেম, বৃতি

अर्थ : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা

उदाहरण : ছয় আৰু ছয় মিলি বাৰ হয়

पर्यायवाची : দ্বাদশ, ১২

अर्थ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম

उदाहरण : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম

पर्यायवाची : কিস্তি, খেপ, দফা

বাৰ   বিশেষণ

अर्थ : দহ আৰি দুই

उदाहरण : নাৱত বাৰজন লোক উঠি আছিল

पर्यायवाची : দ্বাদশ, ১২

चौपाल