सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা
उदाहरण : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে
पर्यायवाची : দণ্ড, বাড়ি, মাৰি, লাঠী
अर्थ : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়
उदाहरण : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী
पर्यायवाची : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পানী, পয়, সলিল
अर्थ : মোটা আকাৰৰ ডাঙৰ মাৰি
उदाहरण : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে
पर्यायवाची : দণ্ড, লাঠি
इंस्टॉल करें