सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পূর্বৰ ্অৱস্থাতকৈ ভাল অৱস্থা বা উচ্চ অৱস্থাৰ পিনে ধাৱমান হোৱা কার্য
उदाहरण : ভাৰতৰ উন্নতি ভাৰতীয়সকলৰ ওপৰত নি্র্ভৰ কৰে
पर्यायवाची : উত্থান, উদ্গতি, উন্নতি, উন্নয়ন, প্রগতি
अर्थ : বঢ়া বা বিকশিত হোৱা কার্য ্বা ভাব
उदाहरण : জন্মৰ পৰা পাঁচবছৰ বয়সলৈকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সকলোতকৈ অধিক হয়
अर्थ : বঢ়া বা বঢ়োৱা কার্য
उदाहरण : অজ্ঞানতাই আমাৰ অহংকাৰ বৃদ্ধি কৰে
पर्यायवाची : বৃদ্ধি, সংবর্ধন, ্বর্ধন
इंस्टॉल करें