पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিকাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিকাৰ   বিশেষ্য

अर्थ : যি দোষৰ কাৰণে কোনো বস্তুৰ ৰূপ-ৰং সলনি হৈ যায় বা নষ্ট হৈ যাব ধৰে

उदाहरण : পানীত ভিজা কাৰণে মাটিৰ মূর্তিটো বেয়া হৈ গʼল

पर्यायवाची : বিকৃতি, বেয়া

अर्थ : দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া

उदाहरण : যত্ন নোলোৱা শৰীৰত নানান বেমাৰ হʼব পাৰে ডাঙৰ-ডাঙৰ ডাক্তৰেও ৰোগটো চিনাক্ত কৰিব নোৱাৰিলে

पर्यायवाची : অসুখ, অসুখ-বিসুখ, অস্বস্থতা, আজাৰ, আধি-ব্যাধি, আর্তি, নৰিয়া, বেমাৰ, বেমাৰ-আজাৰ, ব্যাধি, ৰোগ, ৰোগ-ব্যাধি, ৰোগভোগ

चौपाल