पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিচাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিচাৰ   বিশেষ্য

अर्थ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

उदाहरण : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

पर्यायवाची : অনুসন্ধান, তালাচী

अर्थ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

उदाहरण : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

पर्यायवाची : মত, ৰায়

अर्थ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

उदाहरण : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

पर्यायवाची : পৰীক্ষা

अर्थ : মনত উদয় হোৱা কথা

उदाहरण : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

पर्यायवाची : খিয়াল, খেয়াল, মত

अर्थ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া

उदाहरण : আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে

पर्यायवाची : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন

अर्थ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

उदाहरण : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

पर्यायवाची : অনুসন্ধান, অন্বেষণ, তদন্ত, বুজ

अर्थ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

उदाहरण : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

पर्यायवाची : অনুসন্ধান, সম্পৰীক্ষা

चौपाल