पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিচৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিচৰা   ক্ৰিয়া

अर्थ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা

उदाहरण : মোৰ কিবা খাবৰ মন গৈছে

पर्यायवाची : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা

अर्थ : কোনো কথা বা কামত কৰা ইচ্ছা

उदाहरण : মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ

पर्यायवाची : আশা কৰা

अर्थ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা

उदाहरण : পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে

पर्यायवाची : অনুসন্ধান কৰা, অন্বেষণ কৰা

चौपाल