अर्थ : আনৰ কথাক উপেক্ষা কৰি নিজৰ কথা কʼবলৈ বিচৰা কার্য
उदाहरण :
তেওঁৰ বিতণ্ডাত সকলো অসন্তুষ্ট হৈছে
अर्थ : অনাহকত কৰা তর্ক ্বা বিবাদ
उदाहरण :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
पर्यायवाची : বাক-বিতণ্ডা, বাদ-বিতণ্ডা