सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ
उदाहरण : জনক এজন বৰ জ্ঞানী ৰজা আছিল
पर्यायवाची : জনক, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক
अर्थ : যাৰ শৰীৰ নাই
उदाहरण : ভূত-প্রেতক অশৰীৰী হিচাপে গণ্য কৰা হয়
पर्यायवाची : অকায়, অতনু, অশৰীৰ, অশৰীৰী, অৱয়ববিহীন, অৱয়বহীন, কায়াশূন্য, কায়াহীন, দেহবিহীন, দেহশূন্য, দেহহীন, নিৰৱয়ব, বিদেহী, শৰীৰবিহীন, শৰীৰহীন
इंस्टॉल करें