अर्थ : যি কাৰোবাৰ বিৰুদ্ধে বিদ্রোহ কৰে
उदाहरण :
বিদ্রোহী ব্যক্তিসকলে মন্ত্রীৰ আবাসত জুই লগাই দিলে
अर्थ : বিদ্রোহ কৰোঁতা বা হানি কৰোঁতা
उदाहरण :
বিদ্রোহী ব্যক্তিসকলেই দেশখনক বিপদত পেলাইছে
अर्थ : বিদ্রোহৰ বা বিদ্রোহ সম্বন্ধী
उदाहरण :
তেওঁ বিদ্রোহী ভাৱধাৰাক ঠন ধৰিবলৈ দি নিবিচাৰে বিদ্রোহী নেতাই ৰাষ্ট্র ব্যৱস্থাকে ওলোটাই দিলে