पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিন্দু शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিন্দু   বিশেষ্য

अर्थ : ৰেখা গণিতত অংকন কৰা এক সৰু গোল চিহ্ন যি কিহবাৰ নির্দেশ কৰে কিন্তু তাত কোনো দীঘ, প্রস্থ নাথাকে আৰু যাৰ কোনো বিভাগ কৰিব নোৱাৰি

उदाहरण : লʼৰা-ছোৱালীবোৰে খেলি খেলি বিন্দুবোৰ মিলাই এখন হাতীৰ চিত্র তৈয়াৰ কৰিলে

अर्थ : কোনো বস্তুৰ ওপৰত বনোৱা বা পৰা সৰু গোল চিহ্ন

उदाहरण : এই কাপোৰখনৰ ৰং-চঙীয়া ফোঁটখিনি ভাল লাগিছে

पर्यायवाची : ফোঁট

अर्थ : পানী আদি জুলীয়া পদার্থ ় পৰোতে হোৱা সৰু বড়িৰ নিচিনা অংশ

उदाहरण : টোপাল টোপালকৈ পানী পৰি কলহটো ভৰিল

पर्यायवाची : টোপা, টোপাল, ফোঁটা

चौपाल