अर्थ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি
उदाहरण :
তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে
पर्यायवाची : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্
अर्थ : কোনো অঘটনীয় ঘটনাৰ পৰা উৎপন্ন হোৱা এনেকুৱা পৰিস্থিতি যʼত ডাঙৰ ক্ষতি হʼব পাৰে
उदाहरण :
সংকটতত মগজুৱে কাম নকৰা হয়
पर्यायवाची : সংকট
अर्थ : সংগতি বিহীন বা বিচিত্র ধৰণৰ কথা
उदाहरण :
বিপদ হʼল মহাৰাজ ! ৰাজকুমাৰী মহলত নাই