पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিপুল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিপুল   বিশেষণ

अर्थ : বহুত বেছি

उदाहरण : মহাজন মুৰাৰীলালৰ হাতত প্রচুৰ ধন আছে তেওঁ ্তোমাক বহুত অত্যধিক ভাল পায়

पर्यायवाची : অত্যধিক, প্রচুৰ, বিস্তৰ

अर्थ : বহুত ডাঙৰ

उदाहरण : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

पर्यायवाची : ডাঙৰ, প্রভূত, বিৰাট, বৃহৎ

अर्थ : যি পৰিমাণত বেছি

उदाहरण : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

पर्यायवाची : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

अर्थ : যাক গণনা কৰিব নোৱাৰি

उदाहरण : আজিৰ সভাত অসংখ্য লোকে অংশগ্রহণ কৰিলে

पर्यायवाची : অগণন, অজস্র, অসংখ্য, ঢেৰ, প্রতুল, বহুত

चौपाल