सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
उदाहरण : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
पर्यायवाची : জ্ঞান, ধী, ধীশক্তি, বুদ্ধি, মতি, মনীষা, মেধা
अर्थ : ভাল-বেয়া কথা বুজিপোৱা বা ভাবিব পৰা শক্তি আৰু জ্ঞান
उदाहरण : বিপদৰ সময়ত বিবেকৰ দ্বাৰাহে কাম কৰা উচিত
इंस्टॉल करें